প্ৰিমিয়াম একাউন্টলৈ আপগ্ৰেড কৰক 🚀

সকলো লেচন আৰু ভিডিঅ' আনলক কৰিবলৈ আজিৰ পৰাই আৰম্ভ কৰক।

Upgrade Now

Spoken English Course

প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা সাৱলীলভাৱে ইংৰাজী কোৱালৈকে

Level 1: প্ৰাৰম্ভিক স্তৰ (Beginner)

Free Demo

প্ৰথম দিনৰ চিনাকি: নিৰ্ভয়ে ইংৰাজী কওঁ আহক

Day 1: Fearless Self-Introduction

আপোনাৰ নাম, আপুনি ক'ত থাকে আৰু আপোনাৰ পৰিচয় কেনেকৈ অতি সহজ আৰু শুদ্ধ ইংৰাজীত ক'ব পাৰি, সেয়া শিকক। এই পাঠটোৱে ইংৰাজী কোৱাৰ প্ৰথম ভয়টো দূৰ কৰি আপোনাক আত্মবিশ্বাসী কৰি তুলিব।

সঠিকভাৱে সম্ভাষণ জনাবলৈ শিকা

Day 2: Greetings & Courtesies

দিনটোৰ বিভিন্ন সময়ত মানুহক কেনেকৈ শুদ্ধ ইংৰাজীত সম্ভাষণ জনাব লাগে, সেয়া শিকক। এই পাঠটোৱে আপোনাক যিকোনো মানুহৰ আগত ভদ্ৰ আৰু আত্মবিশ্বাসী হিচাপে পৰিচয় কৰাব।

পৰিয়াল আৰু বন্ধু-বান্ধৱৰ পৰিচয় দিয়া

Day 3: Introducing Family and Friends

আপোনাৰ ঘৰৰ মানুহ আৰু লগৰীয়াৰ বিষয়ে আনৰ আগত কেনেকৈ ইংৰাজীত ক'ব লাগে, সেয়া অতি সহজতে শিকক। এই পাঠটোৱে আপোনাক আপোনজনৰ বিষয়ে কথা পাতোঁতে আত্মবিশ্বাসী কৰিব।

ভদ্ৰতা আৰু আদৱ-কায়দাৰ 'Magic Words'

Day 4: Polite Phrases & Magic Words

দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা ৪টা 'মেজিক ৱৰ্ড' (Sorry, Thank You, Please, Excuse Me) ৰ সঠিক ব্যৱহাৰ শিকক। এই শব্দকেইটাই আপোনাক আনৰ আগত এজন ভদ্ৰ আৰু আত্মবিশ্বাসী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব।

দৈনন্দিন ঘৰত ব্যৱহাৰ হোৱা সৰু সৰু বাক্যসমূহ

Day 5: Essential Daily Sentences at Home

ৰাতিপুৱা সাৰ পোৱাৰ পৰা ৰাতি শুৱালৈকে ঘৰত ব্যৱহাৰ হোৱা অতি প্ৰয়োজনীয় সৰু সৰু বাক্যবোৰ শিকক। ঘৰৰ মানুহৰ লগত ইংৰাজীত কথা পাতিলে আপোনাৰ আত্মবিশ্বাস দুগুণ বাঢ়িব।

সময়, দিন আৰু তাৰিখ ইংৰাজীত কেনেকৈ ক'ব লাগে

Day 6: Telling the Time, Days, and Dates

সময় কিমান হ'ল, আজি কি বাৰ বা তাৰিখ কি— এই সৰু কিন্তু অতি প্ৰয়োজনীয় কথাবোৰ ইংৰাজীত শুদ্ধকৈ সুধিবলৈ আৰু ক'বলৈ শিকক।

Level 2: মধ্যমীয়া স্তৰ (Intermediate)

পুৱাৰ পৰা ৰাতিলৈকে নিজৰ দৈনন্দিন কাৰ্যসূচী বৰ্ণনা কৰা

Day 1: Describing Daily Routine Smoothly

ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আপুনি কি কি কৰে, সেয়া আনৰ আগত ইংৰাজীত ধাৰাবাহিকভাৱে বৰ্ণনা কৰিবলৈ শিকক। ই আপোনাক দীঘলকৈ কথা পতাৰ অভ্যাস গঢ়িব।

বিদ্যালয়ত শিক্ষক আৰু সহপাঠীৰ সৈতে কথোপকথন

Day 2: Conversations in the Classroom

শ্ৰেণীকোঠাত শিক্ষকৰ পৰা অনুমতি বিচৰা, প্ৰশ্ন সোধা আৰু লগৰীয়াৰ লগত ইংৰাজীত কথা পতাৰ নিয়মসমূহ শিকা। ই তোমাক বিদ্যালয়ৰ পৰিৱেশত স্মাৰ্ট কৰি তুলিব।

বজাৰ বা দোকানত গ্ৰাহক আৰু দোকানীৰ কথা-বতৰা

Day 3: Shopping and Bargaining

বজাৰত বস্তুৰ দাম সোধা, দৰ-দাম কৰা আৰু দোকানীৰ লগত আত্মবিশ্বাসেৰে ইংৰাজীত কথা পতাৰ নিয়ম শিকক। ই আপোনাক যিকোনো ঠাইতে বজাৰ কৰাত সহায় কৰিব।

Level 3: উচ্চ স্তৰ (Advanced)

এই স্তৰত বৰ্তমানলৈকে কোনো পাঠ যোগ কৰা হোৱা নাই।